সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় অঙ্ক 2 ১ম দৃশ্য ] ৩৫

অলকা আৰু সবীয়েকইতে মোক তালৈ মাতিছে।

কবি-- ভাল কথা, মালবী, তুমি দেখিছা নহয় অগ্নি কুমাৰলৈ, বিৰহাগ্নিত পৰি কেনেকৈ খোলাত দিয়া মাছটোৰ দৰে ছটফটাই আছে। FAA নাই,-পৃথিবীত আনন্দ নাই, দয়া নাই, ককণা নাই, সকলো শুন্য দেখিছে। বপুবীয়ে জশ্বব নাই" প্রমাণ কবিবলৈকে সদাই মোৰ লগত তর্ক কবিবলৈ ফেপেৰি পাতি gal কি কৰা বায়__আমি Gal সৰু কালৰে বন্ধু। তেওঁৰ সেই বিবহ-বিধুব- মুখখন দেখিলে মোৰ অন্তৰ্খন অনুকম্পাত কঁপি উঠে। শঅগ্নিকুমাৰৰ বাহিবখন দান্তিকতা আৰু নান্তিকতাব ধোরাবে ধুৱ'লি-কুৱ'লী-_ কিন্ত সেই ধোবাই আবৰি ধৰা ভিতৰখন একুৰা জুই ৷

মালবী--কিহৰ জুই Ces?

কবি-- কিহ্ৰ জুই সেইকুৰ| ? কিহৰ জুই বাৰু এইকুৰা আজি যে বসস্তত জ্বলি উঠিছে--বনে-বনে,--গছে- লতাই, ফুলে-ফুলে ? ৰ

মালবী--বিৰহৰ জুই?

afa— বিৰহৰ ফালবপবা চালে বিৰহৰ, মিলনব ফালব- পৰা চালে মিলনৰে৷ ৷ অনন্ত বিৰহ, অনন্ত মিলনৰ জুই এইকুৰ৷ ৷ অনন্ত WY, অনন্ত আনন্দৰ জুই এইকুবা। বি মন্ত্ৰৰ বলত আজি বসন্ত বনে বনাস্তৰে