১ম অঙ্ক 2 ৭ম দৃশ্য ] ২৯
সকবৰ অগ্নিৰে ফিৰিঙটিৰ দৰে উফৰি পৰিছে। অল্প- প্রাণ হলেও তো ফুল সুন্দৰ !
অগ্নি--মই তো! দেখো ফুলবিলাকক নিৰাশ প্রেমত ফাটি ওলোৱা একো চেকুৰা হিয়াকবিব তেজব দৰে ভীষণ । সেই দেখি ভাবিছিলে যে, এই পুষ্প বৃক্ষৰ বংশকে নির্বংশ কৰিব নোৱাৰি নে? মোৰ নতুনকৈ ফুল৷ নাহৰ গছ কেইজোপাকে কাটিয়েই পেলালে"
কবি__বেছ কবিল1? পৰশুৰামে ক্ষত্রিয় বংশ নিৰ্ব্বংশ কৰিবলৈ ধৰাৰ দৰে যে তুমি পুষ্প বংশ নির্বংশ কৰি পৃথিবীত নতুন বীধ্যৰ পৰিচয় দিবলৈ ওলাইছিলা, শুনি আপ্যা- fis হলে।। ফুলতকৈ মানুহৰ মুখ অলকাৰ মুখ তোমাৰ বেছি ভাল লাগে। আক তুমি সেই বেচি ভাল লগাটো পাব নোৱাৰি কম ভাল লগাটোকে ধ্বংস কৰি প্রতিশোধ লবলৈ বিচাবিছণ, কাৰ ওপৰত ? প্রকাৰান্তৰে অলকাৰ ওপৰতে নহয় নে। অলকা কিয় বাক ফুলতকৈ তোমালৈ বেছি সুন্দৰ ?
অগ্নি--অলক| নিশ্চয় ফুলতকৈ বহুত বহুত বেছি সুন্দৰ (abi ফুল ছিঙি আনি দেখুৱাই ) এই ফুলটোৰ কি আছে? ইয়াৰ মাথোন আছে এটা আকৃতিৰ সুষমা, আক fe আছে? জড় বৰণ এটা ।
কবি--আৰু অলকাৰ।
অগ্নি--অলকাৰ আকৃতিব সুবমাৰ লগে লগে আছে অলকাৰ