সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ও [ অলকা

গুকদেরে আমাক আশ্রমত যে সেইদিনা শিকাইছিল ?

৩য় ছাত্র--এবা, সেই গীতটোকে গাই যাওঁগৈ ব’ল| আৰু ৷ (তিনিউজনে গীত গাই গাই যাবলৈ ধৰে )

গীত আনন্দতে ফুলিছে ফুল আনন্দতে ফল যে ফলে আনন্দৰ ঢউ জলে থলে। উঠেছে জলে থলে | ভয়বে। ভয়ৰো৷ ভীবণ কলৰোলে । আনন্দতে ঘূৰিছে বেলি ঘুৰিছে জোন ঘুৰিছে তৰা, আনন্দবেই উঠিছে ধ্বনি কঁপাই মৰুং সলিল ধৰা । (প্রস্থান )

রিনার