১ম অন্ধ 2 ৩ দৃশ্য ]
অলকা-_-আকাশ FA ! অগ্নি --বিনা Pat তেন্তে অত ৰূপে-গুণে যৌৱনৰ সাীন্দৰ্য্যেৰে টলমল, তুমিও--তুমিও অলকা, অনিন্দ্যসুন্দৰী, তুমিও আকাশ কুসুম অলকা-_ (লাজকুৰীয়া ভাবে ) আকাশ কুন্ুম ! অগ্নি _তেস্তে অগ্নিৰ অতদিন ধৰি এই হৃদয় দহন, অগ্নিৰ এই তোমালৈ অগ্নিময় অনিদ্র প্রণয়, সিও আকাশ কুসুম ! অলক৷|--( লাহেকৈ ) আকাশ কুম্থম ! (অগ্রিক্মাবলৈ এবাৰ কেৰাহিকৈ চাই তলমূৰ কৰি থৰ লাগে, কাষত কলহ লৈ মাধৱীৰ প্রবেশ । মাধৱী অহা দেখি অলকাই যোৱাৰ ভারত খোজ কাঢ়ে।) মাধৱী--আজি বৰ ভাগ্য, কুমাৰক দেখা পালে । অগ্নি _আমাবো কম ভাগ্য নহয় । মাধৱী--অলকা সখীনো ক'লৈ লৰ মাৰিছা ? ৰ’বাচোন ৰ’ব| একেলগেই যাম ৷ ( অলক| থমকি বয়) ofa -- (ব্যঙ্গ ভারে ) অলকাৰ বোলে মোক মাতিবৰ আৱশ্যকেই নাই, সেইদেখি গুচি গৈছে। মাধৱা--হয় নে সখী, তুমি নো ইমান অশিষ্টা হব পোৱা নে? অলকা--অশিষ্ট৷ কি? আৱশ্যক হলে মাতিম বুলি হে কৈছিলে | অগ্নি --কথা| একেই, আৱশ্যক হলে মাতিব, এনেয়ে নামাতে । অর্থাৎ মাতিবৰ আৱশ্যকেই নাই | (কুলি চৰাইটোৱে আকৌ মাতে) সেই কুলিটোরে বাক