সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৬ [ অলকা

সংযত পুলক লাগিছে তন্তত_ শোভে ছুটি স্তনে Soe বুকু! ওঠটিত জলে বেখা Age afe অভিমান অধৰ কোন | বাহু লত৷ ছুটি শাখা চন্দনৰ-_ বৰণত যেন জোনাকী জোন !

অলক|---( অগ্নিৰ ওচৰ পাই) শুনিষ্ঠো তুমি বোলে হৰিণ পোৱালী এটা আনিষ্ঠাবৰ সুন্দৰ !

অগ্নি-_ (অলকাৰ মুখলৈ চাই অলপ পৰ নীবর হৈ) সুন্দৰ হৰিণ, গাটো তেনেই সোণৰ বৰণ, যাবীচোন এদিন, যাবানে

অলক|--( FAS কটাঙ্গেৰে আৰু অর্ধেক বিস্মক্পে ) “আন এদিন ৷” পোৱালীটোৰ বোলে মাক নাইকিয়া ; ব্যাধে মাৰিলে, তাকনো পিছে এতিয়া কোনে পালিব? corral গঢ়ি থাকিবৰ হলে সময় নহব নহয়। _

অগ্নি-_ এৰা, তাৰ নিমিত্তে মোৰ চিন্তাই হৈছে। তাক পাবৰ পবা মোৰ পঢ়া-শুনা সোপাই গৈছে। তুমিয়েই

পালিবানে বাৰু?