সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ অলকা,

বান্ধি ফুলৰ বুকুত বহুৱাই দিব লাগে। বেটুটোৰে ‘সৈতে আটি দি, উবি গুচি যায় বুলি । বগৰ দেখিছী ? পুষ্পমিত্ৰ--ৰজাৰ কথা ৷ বোলে ‘ৰজাই ভাল দেখে যাক ভেঁটাও ৷‘ নেলাগে তাক ৷” চিত্ৰ--তোমাৰ দৰে? পুষ্পমিত্ৰ নহয় তোমাৰ দৰে | (চিত্রাই লাজতে তলমূৰ কৰে )

আজি নাচৰ পাল কাৰ কাৰ ? তোমাৰো নহয় জানে|?

চিত্রা নহয়, হলেও মই নেনাচৌ আজি | পুষ্প-__কি, নেনাচী? কিয়, নেনাচি পাৰিব| জানো ? চিত্রা-_এক নাচনীয়ে নাচিব, আক এক নাচনী আহি সিংহাসনত বহিব। এই নাচনী সেই নাচনী নহয়। উঃ বিন্ধিলে a ( লুটি খাই বাগৰি পৰে) gifs হ’ল, কি হ'ল? (চিত্রা গাত ধৰি চাই ) হুলে বিন্ধিলে নেকি ? Saris] ওলাল নে হুলডাল ? নন্দা_ (আগবাঢ়ি আহে ) চাওঁ ক'ত বিন্ধিলে ? হুলডাল উলিয়াই দিওঁ। (ভৰিৰ হুল কাঢ়ি) এইডাল উলিয়ালেগ। কোটকবা কাইট | (চিত্রা উঠি বহে) পুষ্প-_, এই হেন দুগ্ধ ফেননিভ গালিচাৰ ওপৰত নো, .. এই/কোটকৰা, কাইটডাল ওলাল ক'ৰ পৰা?

|