সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ae [ অলকা

দিবলৈ প্ৰস্তত কবোরাগৈ। মই তোমালোকক অলকাৰ এই প্রণয়-পত্র প্রাপ্তিব ইতিহাসটো লাহে-লাহে কৈ থাকিম। মাধবী__এবা, ভনীটিইত, মই আৰু যাওঁবেই দিয়া ৷ মদনকো অকলৈ এবি থৈ আহিষ্ঠো নহয়। তিনিওজনীয়ে-_এব, এব তেন্তে বাইদেউ যাওকেই । (তিনিও জনীয়ে প্রণাম বুলি মালবীক বিদায় দিয়ে) মালবীৰ প্রস্থান চন্দ্ৰ তন্দ্ৰা, এতিয়া তুমি পত্র প্রাপ্তিব ইতিহীসটো৷ cata তন্দ্ৰ৷--ব’ল| আৰু আমিও ঘবলৈ যাওঁহঁক ৷ বাটে-বাটেই কৈ গৈ থাকিম। মাধবী__এবা, ‘ য়াওঁৱেইইক ব’ল] ( তিনিও সখীৰে একেলগে প্ৰস্থান )