সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

= [ অলকা

'ভাঙি--পাতি কব। এতিয়া এই প্রণয় পত্র লৈ তোমালোকে আৰু Brea নলগাবণ। অলকাক ঘৃণাক্ষবেও জানিবলৈ নিদিবাহঁক । অলকাক এই প্রণয়-পত্রলৈ ঠাট্টা-বিদ্রপ কৰাৰ লোভটো সম্প্ৰতি তিনিওৱে যেন সম্বৰণ কব", এয়ে মোৰ তোমালোকৰ প্রতি ares অনুৰোধ |

চন্দ্ৰ-- কিনো লিখিছে আমি গোটেইখন পঢ়ি চোৱা নাই নহয়।

মালবী--বাৰু এবাৰ দুয়ো পঢ়ি চোৱা। মনে মনেই পঢ় ৷

(চন্দ্রা আৰু মাধবীয়ে মাজে মাজে ছুয়ে ছুয়োলৈ চাই হাহে )

তন্দ্ৰা -- মালবী বাইদেউ, কবিক কালিমানলৈকে পঠিয়াই দিবাগৈ নি বাক।

মালবী--কবি কালিমানে অৱস্তীৰ পবা আহি পোৱাৰ হে কথা |

তন্দ্ৰা-- কবিনে| অরস্তীলৈ কিয় গৈছে?

মালবী--অৱস্তীৰ ৰাজ ভৱনত বসন্তোৎসর, মদনোৎসর | তাৰে নিমন্ত্ৰণ পাই গৈছে। :

তন্দ্ৰা-- তুর্মি একা, তুমি নগলণ দেখোন?

মালবী--পাওঁতে ময়ো নিমন্ত্রণ এডুখৰি পাইছিলে।। কিন্তু যাবৰ মন নগল। বোলে| এই বনৰ মাজত অলকা অগ্নিৰ মিলন সাধনৰ কাৰণে কৰা উদ্যোগ আয়োজন হে আচল বসন্তোৎসরব আয়োজন, সেই বাজপ্রাসাদত