এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ওয় অঙ্ক 2 ৪র্থ দৃশ্য ] ৯৫
মাধবী চন্দ্ৰ]
} ( ছুয়ো একেলগে ) “নিজান বিলৰ এই পদুমৰ পাহিটিয়ে দূৰণিৰ দীনমণি প্ৰিয়লই চায়, তাৰেই পাতত আজি তোমালই প্ৰিয়তম লিখিলেণ ই পত্র মোৰ প্রণমি চৰণ তৱ হিয়া উদঙাই ৷”
মাধবী দেখিছোঁ, অলকাই ইমান দিনে নেমাতি নেমাতি
চন্দ্ৰ৷--
আমাক ফাকি দি আছিল। এতিয়া পদুম পাতত হিয়া উদঙাই দিলেগৈ। দেখিছী এতিয়া! দোখছা বাক ?
নিমাতীয়ে নেমাতি cafe কি কৰিলেগৈ চোরণ এতিয়া, cote বাৰু?
মালবী-- নিমাতীয়ে ct চিৰদিন মাত নিদিয়াকৈয়ে থাকিবনে?
অমাত শিশুরেই লাহে লাহে কল্কলাই মাতিবলৈ ধৰেগৈ, MAB তো আক পানী কেঁচুৱা নহয়, যে অন্তৰত জুই একুৰাই পুৰি থাকিলেও তাৰ নিবাৰণৰ উপায় নিবিচাৰিব ৷ হা-ন| একো শব্দকে নকৰিব।
মাধবা_ অলকাৰ এই প্রণয়-পত্ৰ তোমাৰ হস্তগত হ’ল কেনেকৈ
মালবী বাইদেউ?
মালবী-- সেইবোৰ পিছত তোমালোক ছুয়োকে wae