পৃষ্ঠা:অমৃত কথা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
অমৃত কথা


সূৰ্য্য মন্দিৰ

 মঠ-মন্দিৰে পূৰ্ণ ভাৰতবৰ্ষক পূণ্যভূমি বুলি শাস্ত্ৰই উল্লেখ কৰিছে। এই দেৱালয়, মন্দিৰবোৰ ৰজা মহাৰজাসকলে সজাইছিল। প্ৰতিটো মঠ-মন্দিৰৰ ইতিহাস আছে। আজি তোমালোকক এজন দুৰ্ভগীয়া ৰজাই সজা এটা মন্দিৰৰ কথা ক’ম।

 কোৰ্ণাক নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰজাজনৰ নাম আছিল লাঙ্গুলা