এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বাটত বলোৱে ক’লে, —“মিছাতে সি ঘৰ-দুৱাৰ এৰিলে!
তাকে নকৰি সি যদি কথাটো মোক ক’লেহেতেন, তেনে হলে
মই তেতিয়াই আহি কথাটোৰ আঁতি-গুৰি লৈ যাব পাৰিলোঁ-
হেতেন।”
হৰ। যি হ’ল হল, এতিযা যেনেকৈ হওক তাক বিচাৰি
উলিয়াব লাগিব।