পৃষ্ঠা:অদৃষ্ট.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   হৰ।—বিচাৰিব লাগিব নিশ্চয়। ঘটনাটো সজাবুলিয়েষ্ট মোৰ বিশ্বাস।
   হৰৰ ঘৰত খাবৰ সময় আগতে হৈছিল, কিন্তু আলহী অহা দেখি তেওঁলোকে কথা পাতি থাকোঁতেই হৰৰ ঘৈণীয়েকে আৰু দুখনমান আঞ্জা নকৈ ৰান্ধিলে। কথাৰ অন্তত বলোক গা ধুবলৈ যতনাই দিলে। ৰাতি হ’লেও জাহাজত আহি গা নাধোৱাকৈ তেওঁ খাব নোৱাৰে।
   তেতিয়া ৰাতি বহুত হৈছিল। ভাত খাই, মুহুদি কৰি তেওঁলোক পাটীত পৰিল।

_______