পৃষ্ঠা:অদৃষ্ট.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
নেচ

   সেই দিনা ৰেজিষ্ট্ৰেশ্যনৰ সময় অতীত হোৱাত ভূধৰ তাতে থাকিল। পিচ দিনা উকীলৰ চহী লৈ নোটিচখন মদন মণ্ডললৈ ৰেজিষ্ট্ৰৰী কৰিলে। সূৰ্য্যই উকীল আৰু মহৰীৰ খৰচৰ বাবে ভূধৰৰ পৰা পাঁচ টকা আদায় কৰি তাৰে দুটকা উকীলক দি নিজৰ ভাগত বাকী তিন টকা ৰাখিলে।

   সেই দিনাই ভূধৰ ঘৰলৈ উলটিল।