এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দুখকাৰী
বাতিপুরা শুই উঠি পিঠি দি এলাহ, পথাবৰ পিনে বায় হাল-গক লই, দুখ কৰি সুখ পায়--ছুপৰীয়| হলে সন্তোষ মনেৰে ঘূৰি আহে ঘৰলই | খাই বই নিজঞ্জাল স্থখেৰে জিবার, চিন্তা, A, অসন্তোষ থাকে আতবত, ভাগৰ পলালে উঠি হাত- ধেম[লি-ধুমূলা কৰে ল'বাৰ লগত।
আবেলি ওলায় বস্তু গোটাবৰ্ মনে | সবহ ভাগেই কিন্তু ৰাৰী-ভিতবব, আনি মেলি থই আক যায় গাৱ'লই = মন পুতি কথা পাতে খেতি-পথাৰৰ | গধূলিতে কুৰি চাকি আহে ঘৰলই গোহালিত গক বান্ধি ভিতৰ সোমায়, খাই উঠি বহে আহি জুহাল-গুৰিত ঘকর] কথাকে পাতি সময় নিয়ায়। নালাগে ফুবিব ভ্ৰমি দেশ-বিদেশত | নাই একো ওখ আশা, সুখী অলপতে, নাই বহু ধন, নাই অভাৱে৷ একোৰে, গোটেই জীৱন হায় ঘৰুৱা BATS |
শ্রীদুর্গেখৰ শর্দা, বি-এল
৯৪
ক বক. সবার ত