সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রহ্লাদে বাপেকৰ এই মত মানি নললে। সেই কাৰণে ব৷পেকে পুতেকক নিজব মতলৈ আনিবলৈ নানা প্ৰকাৰ শান্তি বিহিলে ৷ যেনে শিলত আছাবিলে, পানীত জুবুৰিয়ালে, পর্দতব ওপৰৰ পৰা পেলাই দিয়ালে, হাতাব হতুৱাই গছকালে, এইত পেলাই দিয়ালে, ইত্যাদি ৷ তিমানতো প্রহলাদ নিভীক আৰু অচঞ্চল ভাৱে নিজৰ

থিৰে থাকিল। তেতিয়া আচৰিত হৈ বাপেকে পুতেকক স্থুধিলে__“প্রহ্লাদ !

তোমাৰ কথাৰ প্রমাণ দিয়! ।’

প্রহলাদে- উত্তৰ কৰিলে--পিতাদেউ ! ভগৱানকে আমি চকুৰে দেখা, নাহি ' কিন্তু তেওঁ আছে। তেও ব্যাপক, জগতৰ সকলো! বস্তুতে, আছে ।”

তেতিয়া হিৰণ্যকশিপুৱে খং কৰি ৰাজকাৰেঙৰ খুটা এটালৈ আঙুলিয়াই হুধিলে--“এই খুটাটোতে৷ তেওঁ আছে নে?”

প্রহলাদে খুটাটোক প্রণাম কৰি বিনীত ভাৱে বাপেকক কলে__ “পিতাদেউ 1. খুটাটোতো আছে৷৷” সই দেখিছো| 1”

প্রহলাদব এই কথা শুনি হিবাকশিপুরে ভুকু মাৰি খুটাটো ভাঙ্গি পেলালে। খুটাটোৰ পবা. এটা afe বাজ হ'ল। সেই = শটো মান্ুহো। নহয়, সিংহ নহয় । তাৰ উপৰ ছোরা মানুহ, তলৰ ছোরা। সিংহ। }

মূৰ্ভ্তিটে| দেখি হিবণাকশিপুরে আচৰিত হৈ কলে--“এইটো আকৌ "| { ই দেখো মোৰ লগত যুজৰ ফেৰ পাতিলে। বাৰু, ই মূৰ্তি নে কিহবা:' মায়|--তাৰে প্রমাণ চাওঁ” এই বুলি হিৰণ্যকশিপুৱে মৃণ্ডিটোক আক্রমণ কৰিলে। নৰসিংহ মূণ্তিয়ে হিৰণ্যকশিপুক উৰুত

৯১