সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঢ়া, অঙ্ক কবা, কোনো এটা বিষয়ৰ চিন্তা কৰা । এই বিধৰ অনক মানসিক পৰিশ্রম বোলে। সেই বুলি শৰীৰ আক মন দুটা বেলেগ বস্তু নহয়। Aa ভিতবতে ননটো আছে। শাবীবিক পৰিশ্ৰমতে মনৰ খাটনি হয় আৰু মানসিক পৰিশএমতে। শৰীৰৰ কষ্ট হয়।

ভগৱানে আমাৰ শৰীৰ আৰু মন fanny উপযোগী কৰি অজিছে। পৰিশ্রম কৰিলেহে আমাৰ শৰীৰ আক মন ভালে থাকে । দা, যাঠী, হিলৈ আদি অস্ত্ৰ বিদবে ব্যৱহাৰ কৰি থাকিলেহে চক্চকীয়। হৈ থাকে; কিন্তু পেলাই থলে মামবে ধৰে; সেইদৰে পৰিআএম কৰিলেহে আমাৰ শৰীৰৰ অঙ্গ-প্রত্যঙ্গবোৰ পুষ্ট আৰু, বলী হয় আৰু মনৰ বুদ্ধি-বুত্তি চোক| হয়। পৰিএম নকৰিলে শৰীৰ দুৰ্ব্বল আক কগীয়া হয় আৰু মনতো মবিচা ধৰে। সেইকাৰণে বলেৰে a কৰাৰ অনিচ্ছা দুব কৰিব লাগে। যি শ্রম কৰিব নোখোজে, তাক এলেহুৱা বোলে। এলেহুৱাই বহি বহি মনত কু-ভাৱ ভাৱে, পৰ্ব অনিষ্ট চিন্তা কবে বা পব-নিন্দা কৰি সময় কটায়। ‘তাৰ শবীবটোৰে এখন গধূৰ ভাবৰ দবে | সি শ্রম নকবি কগীয়। হ Za, পঢ়া-শুনা নকৰি মূৰ্খ হয়। সেইকাৰণে এলেহুৱাক সকলোৱে নিন্দা কৰে |

পৰিশ্রমেই জগতৰ উন্নতিৰ মূল! পবিশ্রম কৰি ধন ঘটি মানুহে স্থখৰ আৰু ভোগৰ আহিল| গোটাই লৈছে, afar কৰি বিদ্যা আঞ্জি মানুহে জগতত খ্যাতি আক সন্মান লাভ কৰিছে, পৰিশ্ৰম কৰি মানুহে বুদ্ধি বঢ়াই নতুন নতুন কৌশল আবিষ্কাৰ কৰিছে । জগতৰ সকলো! মানুহেই Asia কৰিহে ডাঙৰ হব পাৰিছে। সেই কাৰণে আমি তেওঁলোকক শ্রদ্ধা কৰে| আক তেওঁলোকৰ আহি অনুকৰণ eli! যি জাতি পৰিশ্ৰমী সেই জাতি উন্নতিশীল। ইংলণ্ড,

॥ ৮৮