এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
স্থষ্টি কৰি থৈছে আৰু পক্ষা জাতি তাত নাথাকি ৰাজকাৰেঙত থাকিবলৈ মন কৰা মোৰ মূৰ্খালিহে হৈছিল _ ইয়াকে কৈ পূজনীয়ে বজাব পৰা ন্দায় লৈ নাকাশব ওপৰেদি উৰি ora ্উমাকান্ত গোস্বামী, এম,এ, বি.এল
কোবরা |
বন্ধুত্ব থাকিব নোৱাৰে কিয় £
পৰিশ্রম
দুখ কৰিলেহে মুখ ভবে--এই কথ! চিৰক।লেই সাঁচা। খেতিয়কে খেতি কৰাত দুখ কৰিব লাগে, বেপাৰীয়ে বেপাৰ কৰাত দুখ কৰিব লাগে, ছতবে পঢ়া-শুনা কৰাত দুখ'কবিব লাগে। এইদৰে সংসাৰৰ সকলো কামতে GI আছে। ছুখ নকবিলে সংসাৰৰ কোনো কামেই নিসিজে |
ছুখ দুই প্রকাৰৰ। এক প্রকাৰত শৰীৰে অধিক খাটে। যেনে কোব-কৃঠাব মৰা, হালবোৱা৷, বাইচাইকল চলোৱ| কাম বিলাকত শৰীৰৰ অধিক কষ্ট হয়। এইবিধক শাৰীৰিক পবিশ্রন বোলে। আন প্ৰকাৰত মনটোৱে অধিক খাটে। যেনে কিতাপ
৮৭