ইতৰ প্রাণীৰ হাত নাই, ভাৱ প্ৰক,শৰ ক্ষমতা নাই আৰু বুদ্ধি বঢ়াই লবব শক্তি নাই। গতিকে ইতৰ প্রানী মানুহতকৈ হীন। বুদ্ধিৰ বলত মানুহে জগতৰ সকলো জীৱৰ ওপৰতে আধিপত্য কৰিছে | মানুহ জগতৰ সৰ্ব্বশ্রেট জীৱ ৷ কিন্তু মানুহৰ লগত থাকি থাকি কিছুমান ইতৰ প্রাণীৰ বুদ্ধি অলপ বঢ়া দেখা যায় । যিবিলাক জন্তু অধিক কাল মানুহৰ আশ্রয়ত আছে আৰু যিবিলাক জন্তু মানুহৰ অধিক প্ৰিয়, সেইবিলাক জন্তবে বুদ্ধি কিছু বাঢ়িছে।
গক, মানুহৰ লগত অধিক কাল বাস কৰিছে আৰু গক মানুহৰ অধিক faa “ আমি দেখো যে, বাতি গাৰোৱানে গাৰীত বলদ যুতি দি শুই বায়। সিহঁতে গাৰী টানি নি নি নির্দিষ্ট ঠাইত বৈ থাকেগৈ। এই শিক্ষা দিহতে ক’ত পালে? এইটো সিহঁতৰ বঢ়া বুদ্ধিৰ প্রমাণ নহয় নে? চল-পালে ঘবটায়া হাতা বনলৈ যায়। কিন্তু বনত মাউত- তার Giese দেখিলে শু'ড় ডালি সন্মান জনায় আৰু Ha fea এখন পাৰ চৰাই ধৰি নি আন এখন গাওঁত এৰি “fe আহিলেও সি. পুনৰ উৰি তাব, বাহলৈ আহে। পোহনীয়া get we me of থৈ আহিলেও সি বাট লুঙ্গি স্থুঙ্গি পুনৰ গিবিইতব ঘৰ য়হি। ময়না, ভাটৌ, শালিকী, আদি কিছুমান চৰায়ে, শিকালে "মানুহৰ দৰে মাত মাতে আৰু বহুদিনৰ পুৰণি কথাও সিহঁতে কব পাৰে।
এইবোৰ কথাই এইবোৰ ata বুদ্ধি সামান্য হলেও বঢ়াৰ প্রমাণ নিদিয়ে জানে৷ ?
অনুশীলনী
মাইহ আৰু ইতৰ প্রাণীৰ পার্থক্য কি?
ro