পোৱালিয়ে জন্মিয়েই ।নজে মাকৰ গাখীৰ খাবলৈ শিকে। ভগৱানে সিহঁতক সেই সহজ বুদ্ধি দি পঠিয়ায়। সিহঁতে কিন্তু নিজৰ চেষ্টাত তাৰ কম-বেচি কৰিব নোৱাৰে। হাজাৰ বছৰ আগেয়ে মকৰাই যিদবে জাল পাতিছিল, এতিয়াও সেইদৰে পাতে। হাজাৰ বছৰ আগেয়ে মেকুৰীয়ে যিদবে নিগনি ধৰিছিল, এতিয়াও সেইদৰে ধবে। হাজাৰ বছৰ আগেয়ে টোকোবা চবায়ে fa দৰে বাহ সাজিছিল, এতিয়াও সেই দৰে সাজে ৷
মানুহ কিন্তু এই নিয়মৰ ৰাজ ৷ মানুহে নিশিকিলে ai নেদেখিলে একো কৰিব নোৱাৰে। এই সম্পৰ্কত মানুহ ইতৰ প্রাণীতকৈয়ে৷ নিঃসহায়। কিন্তু ভগৱানে ares বৃদ্ধি বঢ়াই লবৰ ক্ষমতা দিছে। বুদ্ধিব বলত মানুহে জগতত অসাধ্য সাধন কবিছে। হাজাৰ বছৰ আগেয়ে ঘি মানুহ গছৰ খোবোঙ্গত বাস কৰিছিল, আজি তাৰ পো-নাতিয়ে পকী দালান সাজি লৈছে। হাজাক wale যে খোজ - কাঢ়ি এঠাইৰ পবা আন ঠাইলৈ যোৱা মানুহ দে.-নাতি.. আজি আকাশী জাহাজত উঠি ফুৰিব লাগিছে। গতিকে-মান্তহ উ কিন্তু ইতৰ প্ৰাণী উন্নতিহীন।
ভগৱানে মানুহক বৃদ্ধি বইলাবৰ ক্ষমতাৰ নতি আক bi প্রধান উন্নতিৰ আহিল| দি পঠিয়াইছে। wre এটা মানুহৰ দুখন হাত। দুই হাত আক দহ আঙ্লিবে কাম কৰি মানুহে সুখ সুবিধাৰ আৱশ্যকীয় সজুলি সাজি লব পাবিছে।
আনটো মানুহৰ S| ভাষাৰে মানুহে মনৰ ভার প্রকাশ কৰে। এই ভাৱ প্ৰকাশৰ শক্তিয়ে নানৱ জাতিক উন্নতিৰ বাটত আগুরাই যাবলৈ অনেক সহায় কবিছে।
৮২