তেতিয়া তেওঁ ১৮৫০ খ্ৰীষ্টাব্দৰ ১৫ চেপ্তেম্বৰত ইংলগুত যাত্রী নিয়া গাড়ী চলালে। তাৰ বেগ আছিল ঘণ্টাত দহ বাৰ মাইল। কিন্তু ate তেতিরা ভাবিছিল যে, ইমান বেগেৰে যোৱ| গাড়াত উঠিলে মূৰ ফুবণি উঠি মাৰিব লাগিব।
ষ্টিকেন্চনৰ পাচৰ বহুতো বৈজ্ঞানিক আৰু ইঞ্জিনিয়াৰে we কৰি আজিকালি বেল-গাড়ীৰ অনেক উন্নতি সাধন কৰিছে। আজিকালিৰ ইঞ্জিন ডাব আৰু শক্তিশালী, গাড়ীবোব মজবুত আৰু আৰামদায়ক আৰু বেলবাটবোৰ আগতকৈ অনেক উন্নত । আজিকালি ঘণ্টাত ৬০1%* মাইলকৈ ৰেল-গাড়া চলে। মানুহে তাত উঠি অহা-যোৱা কৰিবলৈ Aten ভর নকৰে আৰু অসংখ্য মানুহে ল’ৰ|-তিবোতাৰে সৈতে বেল-গাঁড়াত,’উঠি নিৰ্ভয়ে হাজাৰ হাজাৰ মাইল দুৰলৈকো৷ অহা-যোৱা Rte i” _ ভাবতত ১৮৫৩ খ্ৰীষ্টাব্দৰ পবা বেল-গাড়ী চলে | পোন প্রথমে বোম্বাইৰ পবা টানা বন্দৰলৈ -এই ত্ৰিশ মাইলহে ৰেল লাইন পাতিছিল।। এতিরা ভাৰতত প্রায় পঞ্চাশ হাজাৰ মাইল ৰেল লাইন আছে আৰু দিনে-ৰাতিয়ে অসংখ্য ৰেল-গাড়ী মানুহ আৰু বয়-বস্তু কঢ়িয়াব লাগিছে।
অনুশীলনী ১। বেল-গাড়ী কোনে আবিষ্কাৰ কৰিছিল ?
২। বেল-গাড়ী হোৱাৰ পৰা! আমাৰ কি কি উপকাৰ হৈছে ?
৭৭ 4৯০1২০11176