এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কয়লা খনিব ওচৰতে ষ্টিকেন্্চনৰ ঘৰ আছিল। খনিব পৰা কয়লা তোলাত আক কয়লা নানা ঠাইলৈ পঠিওয়াত মানুহ- গকব দুখ দেখি তেওঁ তাৰ এটা সহজ উপায় উলিয়াবলৈ বু দিন আগৰে পৰা যত্ন কৰি আছিল। তেওঁৰ এই একাণপতীয়া যত বেল-গাড়ী আবিষ্কাৰ হয়। তেও আবিষ্কাৰ কৰ৷ গাড়াৰে করল তুলিবলৈ আৰু করলা কঢ়িয়াবলৈ সমর্থ za) অৱশ্যো তেতির।
তেওঁৰ গাড়ীৰ বেগ বব কম আছিল। মানুহে লবিগৈ তেওঁৰ গাড়ী লগ ধৰিব পাবিছিল।
ক্রমে তেওঁ সেই গাড়ীবে উন্নতি কৰি মান্তহ অন|-নিয়া গাড়ী চলাবলৈ মন কবে। কিন্তু মানুহে তেওঁৰ এই চেষ্টাক প্রথমে পগলাৰ উদ্ভণ্ডালি বুলি হাহিছিল। are অনা-নিয়া গাড়া চলাবলৈ হলে চৰকাৰৰ অনুমতি লাগে । তেও চৰকাৰত অনুমতি প্রার্থনা কবিলে। সৌভাগ্যক্ৰমে চৰকাৰে জনমত উপেক্ষা কৰিও তেওঁৰ প্রার্থনা মঞ্চুৰ কবিলে। 4
৭৬