সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যেতিয়া থাকিব কাম কৰিব লগীয়া কৰে৷ বুলি ধবিবা মনত,

ena fers ভৰি দিব খোজে যিটো প্রথমে সি বগাব পৰ্ব্বত | পৰ্ব্বতৰ কাববত থিয় হই বাৰু একে থিবে আকাশলৈ চাই, থাকিলে সাবটি হাত বিনা পৰিশ্ৰমে উঠিব কি পাৰে কোনোবাই ? বদিও পিছল খোৱ| বাবে বাবে তুমি হিয়া যেন নিবাশ নহয়, ae কবা বাৰে বাবে হব শেষ কালে, হেবা ল’ব| তোমাৰেই জয় । পৰ্ব্বতৰ ওখ টিং দেখি হেবা ল’ৰা উঠিবলৈ হেলা নকৰিব৷, ) দুখ নকবিলে সুখ ক’ত পাবা ল’ৰা৷ *

ay কৰা ৰহ্নক লভিবা | ৬ আনন্দ চন্দ্ৰ আগৰৱালা

অনুশীলনী

১। প্যাটো মুখস্থ কৰ| | ২। পগ্যটো পঢ়ি তাৰ পৰ| কি শিকিলা কোর |

৭৪