এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ভাৰতবৰ্ষ
ভাৰতবনৰ মূৰৰ মুকট হিমালয় গিৰিৰাজ,
ছর ay নিলি বিবিধ ৰঙৰ = পিন্ধায় লপূৰ্ব্ব সাজ |
নামনি ভাগৰ গহন বননি শোভে যেন চুলিতাব,
বিন্ধ্য পৰ্ব্বত পাটৰ মেখেল| -
গঙ্গা ডিঙিৰ হাৰ 1
সাগবে পখালে চৰণ দুখানি লুইতে প্রণাম কবে, এ
বিবাজিছে স্বৰ্ণ লঙ্কা পদতলে aga কলিৰ দৰে |
গিৰি-হাবি-বনে কস্থুবী-চন্দনে সদায় স্তগন্ধ সিচে,
প্রাণ শীতলায় জুৰ মলয়ায় ধরল চৌৱৰে বিচে ৷
৬৮