সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৱাহাটীৰ নীলাচল পৰ্ব্বতত থকা৷ বর্তমান কামাখ্যা মন্দিৰ

কৌচ বজাই সঙা। বঙ্গৰ নবাবৰ সেনাপতি কালাপাহাৰে আগৰ

কামাখা। মন্দিৰ ভাঙ্গি অপৰিত্ৰ কবিছিল।

মহাৰাজ নব-নাবায়ণে সেই মন্দিব মেৰামত কৰি সংস্কাৰ কৰায় । এতিয়াও মন্দিৰৰ ভিতৰত মহাৰাজ নব-নাৰায়ণ আৰু দেৱান

চিলাৰায়ব শিলত কটা মূত্তি দেখিব

পোৱা যায়।"

অনুশীলনী

মহাৰাজ নৰ-নাৰায়ণৰ পৰিচয় নিয়া |

কি কি কাৰণে এজন ভাব আক তাল বজ। বুলিব পাৰি?

২। wl Beard কোন?

৬৭