এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অসমৰ উত্তবে চীন দেশ। তাৰ মানুহ বিলাকক চীনা বোলে। চীনা বিলাকৰ মাজত এটা জনশ্ৰুতি আছে যে, w শতিকাত ayers ধৰ্ম্ম নামেৰে এজন বাজকৌরব বৌদ্ধ ধৰ্ম্ম প্ৰচাব কৰিবলৈ চীন দেশলৈ গৈছিল। কৌৱৰৰ ৷ কেতিয়াও টোপনি নাহিছিল। হঠাৎ এদিন তেওঁ টোপনি গ’ল। সাৰ পাই কৌৱৰে খঙত নিজৰ পিৰঠি দুটা কাটি পেলালে। তাৰ কিছুদিনৰ পিচত সেই পিৰঠি দুটা পেলোৱা ঠাইত ছুজোপ। গছ গজিল। সেই গছৰ পাত পানীত সিজাই খালে টোপনি নাহে। চীন| বিলাকে সেই গছৰ নাম চাই গছ দিছিল।
৬০