সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগৰ দিনব ধনী মানুহবোৰে হাতী, থেবা, নাইবা দোলাত উঠি ফুৰিছিল। আজিকালিৰ ধনী মানুহবোৰ মটৰ গাড়ীত উঠি ফুৰে। ‘মটৰ কাৰ’ তোমালোকে নিশ্চয় দেখিছা। আজিকালিৰ ডাঙৰ মানুহবোৰৰ ‘মটৰ কাৰ’ বৰ মবমব বস্তু ।

‘মটৰ কাব’ ইংৰাজী নাম ; আমাৰ মান্থহে এই ইংৰাজী নাম গ্রহণ কৰিছে।

থল-বানৰ ভিতৰত মটৰ উন্নত যান। ইয়াৰ বেগ বেচি আক উঠি ফুৰিবলৈ আবামো! বেচি। কিন্তু ইয়াৰ দাম বহুত আক চলাই লৈ কুবিবলৈ খবুচো বেচি। সেই কাবণে ধনী মানুহেহে মটৰ

ৰাখিব পাবে। ইয়াক পেট্রলেবে চলায়। আহল-বহল বাস্তা নহলে ইয়াক চলাব নোৱাৰি। সেই কাৰণে নগববোবতহে ইয়াৰ প্রচলন বেচি। ই ঘণ্টাত ৬০।৭* মাইল বেগে BTA |

পোন প্রথমে ১৮৯২ খ্ৰীষ্টাব্দত ডেইল্মাব নামে এজন জার্মান বৈজ্ঞানিকে মটৰ গাড়ী আবিধাৰ কবে । কিন্ত ইয়াৰ অধিক ব্যৱহাৰ আমেৰিকা যুক্তৰাজ্যৰ এজন ডাঙৰ মানুহৰ যত্নত হৈছে । তেওঁৰ নাম. হেন্‌ৰি cats হেন্‌ৰি ফোর্ড আমেৰিকা যুক্তৰাজ্যৰ এজন চহকী খেতিয়কৰ ল’ৰ|৷ তেওঁ সকবেপবা খেতিৰ কামতকৈ কলকন্দা| লৈ

৫৮