এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সেইবোৰ মাছৰ ফানবোৰ চৰাইৰ ডৌকাব দৰে বহল। সিহঁতে এঠাইব পবা উৰি ৪৭৫০ গজ দূৰলৈ যাব পাৰে। সেইবুলি চৰাইৰ দবে উৰি আকাশত বেচি সময় থাকিব নোৱাৰে।
তিমি নামেবে সাগৰত এবিধ অতিকায় মাছ পোৱা যায়। ই মাছ যদিও কণী নাপাবে, পোৱালিহে দিয়ে আৰু পোৱালিয়ে মাকব গাখীৰ খাই ডাঙৰ হয়।
তিমি মাছ কড._মাছ
সাগৰৰ কোনে| কোনো অংশত কড নামেবে এবিধ মাছ পোৱা যায়। এই মাছব তেলক ‘কড্লিভাৰ অয়েল’ বোলে । এই তেল কফ. ৰোগীৰ Bay |
এইবোৰৰ বাহিৰেও সাগৰত অনেক জীরজন্ত আছে |
সাগবব তলিখন সমান নহয়। পৃথিবীৰ ওপৰ ভাগৰ দৰে সাগৰৰ তলিতে৷ পববত-পাহাব, হাবি-বন আছে।
অনুশীলনী ১ ৷ সাগৰক ৰত্বাকৰ বোল! হয় কিয় ? ২। সাগৰৰ তলিখন কেনেকুৱ| ? ৩। সাগৰৰ পানীৰ বৰণ আৰু সোৱাদ কেনেকুৱ| ?
৫৬