মঙ্গহো খায়। উটৰ পিঠিত দহ-বাৰ মোন মাল লৈ দূৰ ঠাইলৈকো যাব পাবি।
কীইটীয়| az উটৰ প্ৰিয় aig) মকভুমিব afew এবিধ কীইটীয়| থাহ গজে। সেইবোৰ থাহেই তাৰ ঘাই আহাৰ 1
উটে বহু দূৰৰ পৰা| পানীৰ গোন্ধ পায়। পানী পালে উটে প্রথমে ঘোদালি ঘোল| কৰে, তাৰ পাচতহে হেপাহ পলুৱাই পানী খায়। কিয়নো ঘোলা পানী সহজে জীণ নাযায়। তাৰ ডিঙিত এখন ছালৰ মোন! থাকে । সেই মোনাত সি কিছু পানী ভবাই লৈ যায়। যেতিয়া ক্রমান্বয়ে কেবাদিনো পানী নাপায়, তেতিয়| তাৰ মোনাৰ পানীয়ে জীবন বক্ষা কবে । উটৰ পিঠিত একোটোকৈ Fe থাকে। কিছুমান উটৰ ছুটাকৈয়ো কুঁজ থাকে। সিহঁতৰ কুজবোৰ চৰ্ধিববে ভবা। আহাৰ নাপালে কিছুদিনলৈ কুঁজব চর্ধিবয়ে সিহঁতৰ প্রাণ বক্ষা কবে।
এইবোবলৈ মন কৰিলে, Fare Boa শাৰীৰিক গঠন আক স্বভাৱ মৰুভূমিৰ উপযোগী কৰি শ্রজিছে যেন লাগে |
অনুশীলনী ১। ‘মৰুভূমি’ আমাৰ এইবোৰ ঠাইতকৈ কিহত বেলেগ ? ২। উটক মৰুভূমিৰ জাহাজ বোল! হয় কিয় ? ol উটৰ শাৰীৰিক গঠন বর্ণনা কৰ| ।
৫২