পোন্ধৰ আগষ্ট
নৰেন্--যদু ! অ যদু! অ, তুমি এতিয়াও শুয়ে আছ| নেকি ?
যদ্র(চকু মোহাৰি মোহাবি) ভাই নবেন্! তুমি এই ৰাতিপুৱাই কলৈ ওলাল৷ ?
স্কুললৈ | তুমি স্কুললৈ নোযোৱা নেকি ?
যদু--যামন, পিচে, এই ৰাতিপুৱাই গৈ কি কৰিম ?
নৰেন্--আাজি ৰাতিপুৱাহে বাব লাগে। কালি শিক্ষকে আমাক বাতিপুৱাতে স্কুললৈ যাবলৈ কৈছে নহয় ?
যদ্ু--মই কালি স্কুললৈ যোৱা নাছিলৌ। সেই বাবে মই কবই নোৱাৰে৷ ৷
নৰেন
A FA খতি কৰিলে বহু কথাৰ আত হেবায়। এদিন স্কললৈ নগলেই কিমান লোকচান হব পাবে!
বছ_হয় ভাই! মই বুজিডো। আজি তুমি নমতা হলে মই শুই থাকৌতেই গ'লহেতেন, পিচে বহী-কিতাপ অনা নাই দেখোন।
নবেন্__কিতাপ-বহী আজি নিব নালাগে, আজি স্কুল বন্ধ। আজি ১৫ আগষ্ট, স্বাধীনতা উৎসৱৰ দিন। সাত বজাৰ oral শোভাযাত্ৰা, ৮॥ বজাত পতাকা উত্তোলন |
যদু--স্বাধীনতাৰ অর্থ নো কি? পতাকা নো উৰায় কিয়? উৎসৱ নো কেলেই ? মই হলে একো Fel নাই। তুমি কিবা বুজিছা নে?