এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আনন্দৰাম I
সক কহ এ
১৮৫০ খ্ৰীষ্টাব্দৰ মেই মাহত উত্তৰ গুৱাহাটীত আনন্দৰাম বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গৰ্গৰাম মজিন্দাৰ বৰুৱা, আক মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱানী |
সকতে তেওঁ সংস্কতহে পঢ়িছিল। বাৰ বছৰ বয়সতহে তেওঁ ইংবাজী স্কুলত নাম ANT! তেওঁ মেধাবা আক চোক বুদ্ধিৰ ল’ৰা আছিল,।৷ গতিকে মুঠে চাৰি বছৰ ইংৰাজী স্কুলত পঢ়িয়েই ১৮৬৪ খ্ৰীষ্টাব্দত গুৱাহাটীত হাইঙ্কুলৰ পবা এণ্টেন্স পৰীক্ষা পাচ কৰে।
৪8৫ AJR. 1117