পাণ্ডৱবিলাকেহে ৰাজসিংহাসনত বহিব লাগিছিল ; কিন্তু দুষ্টমতি কৌৰৱবিলাকে দুধ্যোধনকহে সিংহাসনত বহুৱাইছিল আৰু সিংহাসন নিষ্চণ্টক কৰিবৰ মনেৰে পাণ্ডৱৰিলাকক বধ কবিবলৈ যত্ন কৰিছিল।
এই উদ্দেশ্যে বহুবাৰ যত্ন কৰিও সিহঁত সকল হব পবা নাছিল। এবাৰ এটা লাৰ ঘৰ সজাই পাণ্ডৱবিলাকক তাত থাকিবলৈ দিছিল। কিয়নো ate সহজে জুই লাগে আৰু জুই লাগিলে নুমোৱা টান। এদিন ৰাতি পাণ্ডৱবিলাকক পুৰি মাৰিবৰ উদ্দেশ্যে কৌৰৱবিলাকে লাৰ ঘৰটোত জুই লগাই দিলে। নিমিষৰ ভিতৰতে ঘবটো পুৰি ছাই হ’ল। সিহঁতে ভাবিলে, পাণ্ডৱবিলাক পুৰি মবিল।
সৌভাগ্যক্ৰমে পাগুরবিলাকে কৌবরবোবব অভিপ্ৰায় বুজিব পাৰি তাৰ পবা আগতে পলাই গৈছিল। তেওঁলোকে ভেশছন্ কৰি মাতৃ কুন্তীদেরীবে সৈতে একচক্ৰ৷৷ নামেৰে এখন নগৰত লুকাই আছিলগৈ ৷ তাৰ এজন দয়ালু বামুণে তেওঁলোকক আশ্ৰয় দিছিল।
সেই সময়ত একচক্ৰা নগৰা অস্থৰৰ উৎপাতত safer) বকাস্থৰ নামেৰে এজন বাক্ষসে যেতিয়াই তেতিয়াই নগৰত সোমাই যাকে তাকে বধ কৰিছিল।
নগৰবাসীয়ে এনে অনিশ্চিত মুত্যুৰ হাতৰ পবা wR পৰিবলৈ অস্থৰক কাবৌ-কোকালি কৰি কৈছিল বে, তেওঁলোকে নিতো এজনকৈ মানুহ তাৰ কাৰণে পঠাব, দি যেন নগৰত সোমাই বাকে তাকে বধ নকৰে।
এই প্ৰস্তাৱত অস্থৰ সম্মত হৈছিল। নগৰবাসীয়ে চুক্তি মতে ঘৰে ঘৰে পাল পাতি এজনকৈ মানুহ অস্থৰৰ কাৰণে পঠিয়াই আছিল। কিছুদিনৰ মূৰত বামুণৰ ঘৰৰ পাল পৰিল। বামুণৰ ঘৰত চাৰিটি প্রাণী।
৪২