সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু আন এবিধ সাৰ অলপ পবিশ্রমতে কবি লব পাৰি। ঘৰুৱা জাবৰ-জোথব, পুনি, পানা-মেটেকা, দলঘ হি, আগাবা আদি নিয়মমতে ৰাখিব জানিলে মাটি, পানী আৰু বতাহৰ যোগত গেলি-পচি মাটিৰ বৰ ভাল সাৰ হয়। এই সাব তৈয়াৰ কৰাৰ প্রণালী আজিকালি চৰকাৰী বিষয়াসকলে গাঁৱে-ভূয়ে দেখুৱাই কুৰিছে। আমাৰ খেতিয়ক সকলে এই কামত উৎসাহ দেখুৱালে নিশ্চয় শস্যৰ উৎপন্ন বাঢ়িব ।

পৰোপকাৰ

বহুকাল আগতে ভাৰতৰ বাজধানী হস্ত্িনাপুবত কৌৰৱ আক fea নামেৰে দুটা বাজ পৰিয়াল বাস কৰিছিল। কৌৰৱবিলাকৰ দুধ্যোধন, দুঃশাসনকে আদি কৰি ভাই-ককাই এশজন আছিল আক পাণ্ডৱবিলাকৰ যুধিষ্ঠিৰ, Sia, অজ্জনকে আদি কৰি ভাই-ককাই পাচজন আছিল। wa পৰিয়ালৰ মাজত মিল নাছিল । কিয়নো উচিত মতে

৪১