সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিচেই কম মানুহেহে বেহা-বেপাৰ কৰে; আক চৰকাৰী চাকবিয়েই বা কিমান আছে? গতিকে জীৱন ধাৰণৰ কাৰণে সৰহ ভাগ লোকেই খেতি-বাতি কৰিবলৈ বাধ্য ।

খেতি অতি পবিত্র কাম ৷ খেতিরকব জীৱন সবল আক নিষ্পাপ | খেতি-বাতি কৰি খোৱাত লোকৰ কোনে| প্রকাৰ অনিষ্ট নহয়। গতিকে খেতিয়কৰ জীৱনৰ দৰে সুন্দৰ জীৱন নাই ।

খেতি-বাতি কবি খোৱাব কাবণে ভগৱানেও আমাক কুপ। কবিছে। কিয়নো আমাৰ দেশৰ মাটি অতি সাৰুৱা । ইয়াত অলপ THe AAR AY উৎপাদন কবিব পাৰি। অন্য দেশৰ দৰে আমাৰ দেশৰ সবহ ভাগ ঠাইতে আন ঠাইৰ পবা আনি শস্যৰ গুৰিত পানী দিব নালাগে। ববষুণ বথেষ্ট হয়। গতিকে আমাৰ দেশত খেতি কৰাত অন্য দেশৰ দৰে সমস্যা নাই |

হাল-গকৰে মাটি চহাই আমাব দেশৰ মানুহে খেতি কৰে। গতিকে গক খেতিৰ কাৰণে এটা অতি আৱশ্যকীয় সজুলি। গক দুৰ্ব্বল হলে, বা বেমাৰী হলে ভালদবে খেতি কৰিব নোৱাবি। সেই কাৰণে খেতিয়কে গৰুক বৰ আদৰ-বত্ল কৰে। তেওঁলোকে গৰুক ঘাহ কাটি দিয়ে, খলিহৈ, তু হ-গুড়ি, খুদ, চাউল প্ৰভৃতিৰ দান৷ খুৱায়, গৰুৰ গা ধুৱাই দিয়ে, গোহালিত জাগ দিয়ে ইত্যাদি 1

একে মাটিত একেবিধ শস্তব খেতি কৰি থাকিলে, সেই মাটিত সেই শস্যৰ 9 কমি যায়। মাটিত সাব দি সেই ক্ষতি পূৰণ কৰিব লাগে। তেতিয়া মাটিৰ «9 জন্মাব পবা শক্তি অটুট থাকে আৰু বাঢ়ে। গৰুৰ গোবৰ বব ভাল সাৰ। তাক শস্তব গুৰিত দিলে শস্ত তেজাল হয় |

ge