সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাদচাহ চুলেমানৰ বিচাৰ

আৰব দেশত চুঙ্গেমান নামে এজন বাদচাহ আছিল। তেওঁৰ বিচাৰ বুদ্ধি অতি wa আৰু স্থন্দৰ আছিল। তেওঁৰ বিচাৰৰ সকলে৷ৱে প্রশংস। কৰিছিল। নমুনা স্বৰূপে তলত তেওঁৰ বিচাৰ, সম্পৰ্কে দুটি সাধু-কথা তুলি দিয়া হ'ল। (১১), এদিন এজন মানুহে তেওঁত গোচৰ দিলেহি, মানুহজনৰ চুবুৰীয়া এজনৰ ভেবা এটাই তেওঁৰ খেতিৰ ty খাই নষ্ট কবিছে। ভেৰাৰ গিৰিহঁতক মতাই আনি সোধাত সি কথাটে৷ সঁচা বুলি স্বীকাৰ কৰিলে। তেতিয়া বাদচাহে বিচাবৰ বায় দিলে, ভেবাব গিৰিহঁতে গোচৰীয়াৰ সেই wal মাটিত খেতি কবি আগবদবে শম্ত উৎপাদন কৰি দিব লাগিব আৰু যেতিয়ালৈকে «ey atte দৰে নহয়, তেতিয়ালৈকে ভেৰাটে| শস্যৰ গিৰিহঁতব জিন্মাত থাকিব; তেওঁ তাৰ লোম, গাখীৰ আৰু পোৱালি পাব। শশ্ত আগৰ দৰে হৈ. উঠিলে, ভেবাটে। গিৰিহঁতক ঘূৰাই দিব লাগিব।

(২)

এজন মানুহৰ দুজনী তিবোতা, আছিল । ছুয়োজনী একেটা, ঘবতে বাস কৰিছিল। অলপ দিনৰ অগা-পিচাকৈ gatas দুটা

৩২