সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিক্ষক--তেন্তে আমি সকব পৰাই এই বদভ্যাস এৰিব লাগে।

আমি যদি কি বস্তু ক’ত থলে ভাল, কি বস্তু ক’ত পেলালে ভাল এইবোৰ কথালৈ মন কৰি চলো, তেন্তে নিশ্চয় আমাৰ ঘৰ-বাৰী বাট-পদুলি পৰিষ্কাৰ হৈ থাকিব। আমি আমাৰ সক সৰু কামৰ পৰাই এই ডাঙৰ শিক্ষা গ্রহণ কৰিব পাৰে৷ ।

যাদর-_মহাশর! গক-মহৰ গোবৰ আক মুতে বাট-পথ লেতেৰ।

কবে, তাৰ উপায় কি?

শিক্ষক--গৰু-মহৰ বাট বেলেগ হব লাগে। নহলে বাটৰ গোবৰ

তেতিয়াই তেতিয়াই নি খেতিৰ পথাৰত দিব লাগে ৷ কিয়নো গোবৰ খেতিৰ বাবে বৰ মূল্যবান সাব। তদুপৰি বাটৰ বাধব হাবি বন আজৰি সময়ত সকলোৱে লগ লাগি কাটিব লাগে। মানুহে বাটৰ কাষত শৌচাচাব কবাটো! ঘোৰ অন্যায়। আমি যেনেকৈ নিজব শৰীবটে| পৰিষ্কাৰকৈ Ach, তেনেকৈ ঘৰ-বাৰী আৰু বাজভরা ঠাইবোবো। পৰিষ্কাৰকৈ বাখিব লাগে। কিয়নো শুদ্ধ মন আক পৰিষ্কাৰ শৰীৰত ভগৱান বাস কৰে। সেইদৰে চাফ-চিকণ ঘৰ-বাৰী, গাওঁ-ভূই ভগৱানৰ বাজ্য | অনুশীলনী বাট-পথ আৰু বাভভুবা ঠাইবোৰ কেনেকৈ ৰাখিব লাগে? ভগৱানৰ ৰাজ্য'--এই কথা শিক্ষকৰ পৰা ভালদৰে

৩০