সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাৰীৰ কথা । প্রতোকৰ ঘৰৰ বাহিৰেও ৰাজহুৱা নাম ঘৰ, স্কুল ঘব, পুথি-ভ'ৰাল আৰু আলি-পদূলি আছে। এই- বিলাকো পৰিষ্কাৰকৈ ৰখা চাফাইৰ কাম |

চন্দ্র_নহাশয়! এইবোৰনে| কি উপায়ে পৰিঞ্চাৰকৈ ৰাখিব পাৰি ?

শিক্ষক-_ছুটা উপায়ে পাৰি। এটা আবজ্জনা জমিবলৈ নিদিয়া, আনটো আবজ্ঞনা গোট খালে সকলোৱে লগ লাগি পবিদ্কাব কবা। আমাৰ বহুত AWW ঘবৰ গোবব-জাবৰ আলিৰ দাতিত বা বাজভুরা ঠাইত দ'মাই থয়। সেইটো

অন্যায়। বাজভবা ঠাই আৰু আলি-পদূলি নিজৰ ঘব-বাৰীত

কৈয়ে| মূল্যবান। কিযনো ঘব-বাবী এজন বা এঘৰ

মানুহৰ, কিন্ত বাজভবা ঠাই আৰু বাট-পথ সকলোৰে | বাদর_মহাশয় ! কিদবে চলিলে আলি-পদূলি চাফ-চিকণ হৈ

থাকিব?

শিক্ষক__ধবা, তোমাক বাটত এজন মানুহে দুটা পকা কল দিলে, তুমি কল বখলিয়াই খালা । এতিয়া বাকলি ক'ত পেলাবা ? যাদৱ--দলি মাৰি দুৰত পেলাম | শিক্ষক-_দলি মাৰি পেলালে ক'ত পৰে তাৰ ঠিকনা নাই । বাটতো৷ পৰিব পাবে, খালতে৷ পৰিব পাবে। বাটত পৰিলে কি হব? ঘদি কোনো! বাটকৱাব তাৰ ওপৰত খোজ পৰে, তেওঁ পিছল খাই পৰিব পাৰে | শিক্ষক--আৰু কি হব পাবে? নৰবীন--এই দৰে বহুদিন কল-কুঁহিয়াব, টেঙা-তামোলব বাকলি গোট খাই বাটটো লেতেবা হব পাবে |

চন্দ্ৰ

২৯ A. R, III—3