সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

‘চাফাই’

শিক্ষক--আজি তোমালোকক চাকাইৰ বিষয়ে কন ৷

নবান--মহাশর ! চাকাই মানে কি?

শিক্ষক--চাকাই মানে আবজ্ঞনা পৰিকাৰ কবা। ই হিন্দা ভাষাৰ শব্দ; আজি-কালি অসমীয়াই ও শব্দটে। ব্যৱহাৰ কৰে |

চন্দ্ৰ-নহাশয় | চাকাই কাম কেনেকৈ কৰে ?

শিক্ষক-_বাক, তোমালোকে কোৱ চোন, কেনেকৈ কৰিলে ভাল হয় ?

যাদর-_আমাৰ থৰ-বাৰীৰ জাবৰ-জোথৰ সাবি নি দুৰত পেলাৰ লাগে ।

শিক্ষক --জাবৰবোৰ ক’ত কি দৰে পেলাবা ?

চন্দ্র--ঘবব পবা আতৰত এঠাইত দ’মাই থলে ভাল হয় মহাশর |

শিক্ষক--বাক, জাবৰবোৰ কিবা কামত লগাব পাবিনে ?

যাদৱ--হয়, মহাশয়! জাবববোৰ পচিলে ভাল সাৰ হয় বুলি সিদিন| চৰকাৰী কুষি বিভাগৰ বিষয়া এজনে আমাক কৈছিল ৷

শিক্ষক--হয়, তুমি ঠিক কৈছা, তেনেহলে চোৱ।, চাফাই কামৰ পৰা আমাৰ দুটা লাভ হ’ল; এটা ঘৰ বাৰী চাক-চিকণ হৈ থাকিল, আনটো জাবব-জোথববোৰ পচি মাটিৰ সাৰ হ'ল।

নবীন-_মহাশয় ! চাফাইৰ কাম ইমানেইনে আৰু কিবা আছে ?

শিক্ষক-_আক আছে! এই হ'ল তোমালোকৰ নিজৰ নিজৰ ঘব-

২৮