সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুখুৰীটো! চপচপীয়| হৈ ভৰি আছে বৰ বিতোপন দেখি পিতাদেউ ?

পিতাক--এবা, এই পুখুবীটোব নান শিরসাগব। শিৱসিংহ বজাব দ্বিতীয়া পত্নী নদান্দিক| কুঁৱৰীয়ে এই পুখুৰী আৰু পাবৰ সৌ দ'লবোব সজাইছিল |

শিরসাগৰ ৰমেশ--দ’ল কেইটাৰ কোনটোব কি নাম পিতাদেউ ? পিতাক--সৌ মাজৰ ওখটোব নাম শিরদ'ল! তাৰ সৌহাতে সেইটো বিষ্ণুদ’ল আক বাওঁহাতে দেবীদ'ল। ৰমেশ __পুখুবীবোবক সাগৰ বুলিছিল কিয় পিতাদেউ ? পিতাক__আহোম ৰজাই খনোরা পুখুবীবোবৰ যিবোৰৰ কালি এশ পৃবাৰ অধিক, সেইবোৰক সাগৰ বুলিছিল। বমেশ-_-এই ধুনীয়া ছবিবোৰ লগোৱা ঘৰটে| কি ঘৰ পিতাদেউ ? পিতাক--এইটো “চিনেমা হল’ | বমেশ--‘চিনেম| হল’ কি পিতাদেউ ?

২০