সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বমেশ--অ ! আমাৰ কিতাপত মহাসতী saw আৰু জয়সাগৰ পুখুৰীৰ কথা আছে। এইটোৱেই সেই পুথুৰী, নহয় নে?

ৰংপুৰৰ তলাতলি ঘৰ পিতাক---হয়, হয়, এই পুখুৰীৰ মাজ ঠাইতে বোলে জয়মতীক শান্তি দিছিল |

ৰমেশ--পাবত থকা সেই দ’লটোৰ নাম কি?

পিতাক--সেই ওখটোব নাম ভয়দ'ল। ইয়াৰ সমুখতে বছবি চ’তৰ তেৰ তাবিখে জয়মতী উৎসৱ হয়। ত

ৰমেশ--সেইবেৰ কি ঘৰ? এই আটাইবোৰ ঘৰেই আহোম ৰজাই সজোরা নেকি ?

পিতাক--এই আটাইবিলাক ঘৰেই আহোম বজাই সজোবা | সৌ ডাঙৰটোৰ নাম তলাতলি ঘৰ। তাৰ মাটিব

১৮