এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পৃথিবীৰ স্থলচৰ জন্তুবোৰৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ জন্তু । ইয়াৰ গাটে| শকত; ছাল ডাঠ, নোম পাতল আক ঠবঙা । গাটোৰ তুলনাত ডিঙিটে| চুটি আৰু চকু দুটা সক। তাৰ কাণৰ বিন্ধাব ওপৰত কুলাব দৰে বহল ছালৰ ঢাকনি এখন আছে | i
ই তাৰ নাক); তাৰে সি গছৰ
হাতীৰ শুড় বিধাতাৰ আচৰিত ai শু তাবে সি উশাহ-নিশাহ লয়। শুঁড়েই তাৰ হাত ; ডাল-পাত ভাঙ্গে, মহ-না|খি খেদে আৰু বেচি ভাগ কামকে কৰে ৷ শুড়েবে সি পানা শুহি লয়।
হাতীৰ ঠেং চাৰিখন শকত আৰু ঘৃবণীরা | তাৰ ঠেঙ্গব তলুৱ| সোপোকা, সেই কাৰণে সি খোজ কাঢ়িলে অলপো সাৰি-শব্দ
১৪