পচন সাৰ
. আমাৰ দেশৰ খেতিয়কৰ মাটিত সাব দিয়! wea নাই। নাটিত সাব নিদিলে সবহ শস্য পোৱাৰ আশা! কৰিব নোৱাৰি ৷
গোবৰ এবিধ ভাল সাৰ। কিন্তু সকলে৷ খেতিৰ নাটিতে দিবৰ জোখাৰে গোবৰ পোৱা Basa! বজাবত নানাবিধ সাব কিনি- বলৈ পোৱা ata কিন্ত আমাৰ দেশৰ দুখীয়া খেতিয়কে সেইবেৰি, সাৰ কিনি খেতিৰ মাটিত দিবলৈ অক্ষম । গতিকে, আমাক ধন খবচ নকৰাকৈ পোৱা সাব লাগে । তে
এনে সাৰ অলপ পৰিশ্রম কবি ঘৰে ata কৰি লব পাবি"! -পস্ৰ .... বাকলি, শাক-পাচলিব পেলনীয়৷ অংশ, 1থব, ভহ-পতান, 5 ঘুগুল|--এইবোৰ বস্তু আনি, যাতে তা পলাই নষ্ট কবে নিয়মমতে ৰাখিব জানিলে" এইবোৰৰ পবা! 28 ‘তৈয়াৰ কৰি লব পাৰি | ৰি ন:
এই সাৰক ইংৰাজীতে “কিশ্পোষ্ট সাব” বোলে |. আয়াৰ। ভাষাত ইয়াক ‘পচন সাৰ’ বুলিব পাবি'। > ধানৰ নৰা, পুনি, মেটেকা, দ’ল, আগাবা, থবৰ জাবব-জোথৰ আক ন হক ছাগলিৰ ‘মল-মূত্ৰ--এই সাবৰ ঘাই উপাদান ।
এই সাৰ তৈয়াৰ কৰাব প্রণালা --
গোহালিৰ ওচৰত এডোখৰ ওখ ঠাই বাছি লোৱা। তাত ছ ফুট দীঘল, চাবি ফুট বহল আৰু তিনি ফুটমান দ এটা গাত খান৷।
১০৪