SpE বধ্ কৰে । সেই সময়ত পাঞু-পুত্র সকলৰ এজনো শিবিবত নাছিল। দ্রৌপদী পুত্র শোকত বিলাপ কৰি কান্দিবলৈ ধৰিলে | পিচদিন৷ ৰাতিপুৱা অৰ্জ্জনে এই সম্বাদ পাই পুত্র শোক আক দ্ৰৌপদীৰ অরস্থা দেখি খঙত অধীৰ হৈ প্রতিজ্ঞা কৰি কলে_-“প্রিরে ! মই এতিয়াই সেই নবাধম অশ্বথামাৰ মূৰটো! আনি দিম। তুমি শান্ত হোৱা 1? fag সময়ৰ পাচতে মহাবাৰ ASA অশ্বথামাক গকৰ দৰে লেুৰে বান্ধি দ্ৰৌপদীৰ ওচৰলৈ লৈ আছিল। দ্ৰৌপদীয়ে গুক-পুত্রক বান্ধি অন|"দৈখি অৰ্চ্ছনক কৈছিল--“স্বানী-গুৰু! এওঁ গুৰুৰ পুত্ৰ । এ প্রোরাচাধো তোমালোকক অনত্রবিগ্তা, শিকাইছিল | এওঁক বধ ofr তোমার.পাপ হব আৰু জগতত চিৰকাললৈ তোনাৰ কলঙ্ক fal fa ate এওঁৰ মাক গৌতমী পতি-শোকত কাতৰ । নিদিব| ৷ পুত্রশোকে কি দাকণ 2 ৷ এওঁক শী মোকোলাই দিয়া ।” |
ঘি গৰাকি তিৰোতাই fase aia দুখ দেখি মৰমত পমি গৈছেল, তেওঁৰ অন্তৰ কিনান মহৎ!
অনুশীলনী
অশ্বথামা কোন ? তেওঁক কোনে বান্ধিছিল? কিয়? =