এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দ্ৰৌপদীৰ ক্ষমা
1৮310111014 লগ 1411
শব্দাৰ্থ ই বেইতা-_বিবাহিত!, বিয়াকবা। কল, LRG), দর্যশ
দ্রৌপদী পাচ পাণওৱৰ ৰে
তে
তা ভাৰ্যা আছিল । তেওঁৰ পুচ জনা স্বামীৰ পবা Ap পুতেকো হৈছিল । কৃক-পাগুরব-বুন্ধর সময় ল’ব| কেইটি নিচেই সক এাছিল। ৰ
_ কুক-পাণ্ডৱৰ Tas যেতিযা'কৌববৰ ফালৰ কর্ণ ভাষ্ম, দ্ৰোণ আদি তব ডাঙৰ বীৰবিল৷ক ৰণত পৰিল; তেতিয়া কৌৰর বিলাকে জয়ৰ আশা! এবি দিলে। কৌৰৱৰ ফালৰ এজন বীৰৰ নাম আছিল অশ্বত্থাম। | তেওঁ কৌৰৱ আকু পাণ্ডৱ বিলাকৰ গুৰু দ্ৰোণাচাধ্যৰ পুতেক |
ভশ্বখামাই পিতৃ বৈৰীৰ প্রতিশোধ লবৰ মনেৰে এদিন বাতি মনে মনে পাণ্ডৱ বিলাকৰ শিবিৰত সোমাই শুই থকা সেই শিশু
১০১