সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৰ পাচত তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজত পঢ়িছিল। _ তাৰ পৰা তেওঁ বি-এ পৰীক্ষা দি কলিকতা৷ বিশ্ববিদ্যালয়ত দ্বিতীয় স্থান অধিকাব কৰে। তেওঁৰ বুদ্ধি'বৃত্তি দেখি চৰকাৰে তেওঁক মাহে _ আঢ়ৈ শ টকীয়৷ বৃত্তি এটা দি বিলাতত পঢ়িবলৈ পঠিয়ায় | ১৮৮৯ খ্ৰীষ্টাব্দত তেওঁ পঢ়িবলৈ বিলাতলৈ গৈছিল। তাত তিনি _ বছৰ পঢ়ি তেওঁ বাৰিষ্টাৰ হৈ ঘবলৈ ঘূৰি আহে । ৭ বিলাতৰ পবা আহি তেওঁৰ কলিকতাত বাবিষ্টাবী কবাবহে মন _ কবিছিল। কিন্তু ঘবৰ সকলোৱে তেওঁক চাকৰি কবিবলৈ কোৱাত অলপ দিনৰ কাৰণে ই-এ-চি পদ লৈছিল। কিন্তু সেই কামত ভাল ্‌ নলগাত তেওঁ চাকৰি এৰি কলিকতাত বাৰিষ্টাৰী কৰে। " কলিকতাত থকা কালত তেওঁৰ নিঃস্বাৰ্থ দেশ-প্রেন প্রকাশ পায় । তেওঁ প্ৰকৃততে অসমীয়াৰ বন্ধু আছিল। তে তিয়া, রূুলিকত ঢু ছাতৰ সকলৰ দুখন AS আছিল। এখনৰ' নাম. “অসমীয়া ভাষাৰ উন্নতি-সাধিনী-সভা”' আৰু আন খনব নাম “অস্মীরা ছাতৰৰ সাহিত্য-- চচ্চাব-সভা” । এই দুয়োখন সভাবে উন্নতিৰ হকে তেওঁ দেহে-কেহে খাটিছিল। অসমীয়া ভাষাত কিতাপ লিখি প্রকাশ কবা আক অসমীয়া মাহেকীয়া আলোচনী উলিওবা--এই ছুটা বিষয়ত তেওঁৰ বৰ আগ্রহ আছিল। কিন্তু এই কাম তেওঁ হেপাহ পলুৱাই কৰাৰ _ সুবিধা নাপালে। ! কলিকতাত কিছুদিন থকাৰ পাচতে তেওঁ চবকাবী উচ্চ বিষয়াৰ বাব লৈ হঠাতে ঢাকালৈ যাব লগীয়| হয়। ঢাকাত থকা কালতে _ তেওঁ চবকাবৰ অনুৰোধত অসমীয়! স্কুলত চলাবৰ উপযোগী কৰি নিম্ন প্রাইমাৰী পাঠ নাম দি দুখন কিতাপ লিখিছিল। তেওঁ সেই

৯৬