সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাধীন ভাৰত

১৯৪৭ চনৰ পোন্ধৰ আগষ্ট দিনটে! ভাৰত বুৰঞ্জীৰ এটা চিবস্মবণীয় দিন । সেইদিনাৰ পৰাই ভাৰতবাসী স্বাধীন হ’ল। ইংৰাজ শাসনৰ অন্ত পৰিল। সেই দিনাৰ পৰ৷ ভাবত জননীয়ে পৰাধীনতাব শিকলি ছিঙ্গি স্বাধীনতাৰ গৌৰৱ-মুকুট পিন্ধিলে |

"ভাৰতে স্বাধীনতা লাভ কৰা| ঘটনাটো পৃথিবীৰ বুৰঞ্জীৰ এটা অভিনৱ wall কিয়নো৷ ভাবতে যুজ কৰি তেজব নদী বোৱাই স্বাধীনতা লাভ কবা| নাই। অহিংসা আক ত্যাগৰ বলেৰে মানৰ জাতিৰ হৃদয় জয় কৰি ‘ভাবতে স্বাধীনতা পাইছে। ভাবতবাসীক এই অহিংসা আক ত্যাগৰ শক্তি যোগাইছিল মহা-মানর মহাত্মা গান্ধীয়ে সেই কাৰণে মহাত্ম| গান্ধী আমাৰ জাতিৰ পিতা |

gaa বিষয় সিদিনাৰ পবা ভাৰতবৰ্ষ দুখন বিভিন্ন ৰাষ্ট্ৰত পৰিণত হ’ল। এখনৰ নাম হ’ল ভাৰত যুক্তৰাষ্ট আক আন খনৰ নাম হ'ল পাকিস্তান। সিদিনাই আমি ককাই-ভাই বেলেগ হলে৷ ৷ আমাৰ ৭ কোটি ১৭ লাখ ভাই-ককাই, বাই-ভনী আন এখন বেলেগ বাটৰ নাগৰিক হ’ল। তেওঁলোকৰ শতকবা ৭৩ জন নচলমান।

ভাৰতত পাচ শবো৷ অধিক সক-ডাঙব দেশীয় ৰাজ্য আছে। এই ৰাজ্য বিলাক আগেয়ে বুটিছ সপ্রাটৰ অধীন আছিল। ভাবতে স্বাধীনতা পোৱাৰ লগে লগে এই ৰাজ্যবোববে| সবহ ভাগ ভাবত যুক্তৰাষ্ট্ৰ, লগ লাগিল। এই বাজাবোবব অধিবাসীব সংখ্যা প্ৰায়

| ৃ