সমললৈ যাওক

নলদময়ন্তী নাটক

ৱিকিউৎসৰ পৰা
​
 

নলদময়ন্তী নাটক।

 

শ্ৰীমহেন্দ্ৰনাথ ভট্টাচাৰ্য্য দ্বাৰা
প্ৰকাশিত।

 

ডিব্ৰুগড়, ভট্টাচাৰ্য্য এজেঞ্চি
প্ৰথম সংস্কৰণ
চন ১৯৩১

​
 

নলদময়ন্তী নাটক।

 

শ্ৰীমহেন্দ্ৰনাথ ভট্টাচাৰ্য্য
বিৰচিত ও প্ৰকাশিত।

 

প্ৰথম সংস্কৰণ

 

১৯৩১

 

All rights reserved  বেচ।৵৹ অনা মাত্ৰ

​
 

প্ৰিণ্টাৰ শ্ৰীৰাজেন্দ্ৰলাল সৰকাৰ
কাত্যায়নী মেসিন প্ৰেস,
২৬ নং কৰ্ণওয়ালিশ ষ্ট্ৰীট, কলিকাতা।

​

নাটকত থকা পুৰুষ আৰু তিৰোতা সকল
দেৱতা সকল
ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণ, যম, সূৰ্য্য, কলি, দ্বাপৰ।
পুৰুষ সকল

নল নিষধৰাজ।
পুষ্কৰ নলৰ ভায়েক
ৠতুপৰ্ণ অযোধ্যাৰ ৰজা
হৰ্ষধ্বজ মিথিলাৰ ৰজা
বিদৰ্ভৰাজ দময়ন্তীক পিতাক
নাৰদ মুনি
বাহুক ছদ্মবেশী নল
সত্যকেতু ছদ্মবেশী দ্বাপৰ
কালঞ্জৰ কলি
ইন্দ্ৰসেন নলৰ পুতেক
কিষ্ণুক ইন্দ্ৰৰ সভাৰ এটা নতুৱা

মন্ত্ৰী, সেনাপতি, দুৱৰা, ব্যাধ, প্ৰভৃতি

তিৰোতা সকল

দময়ন্তী নলপত্নী
ইন্দ্ৰসেনা নলৰ জীয়েক
বিদৰ্ভৰাজ পত্নী দময়ন্তীৰ মাক।

দাসী, বৃদ্ধা, পানী আনিবলৈ যোৱা নাৰীবিলাক, নৰ্ত্তকীবিলাক।

 
মূল গ্ৰন্থত নাই

সূচীপত্র।