সমললৈ যাওক

দেশ-বিদেশৰ সাধু

ৱিকিউৎসৰ পৰা
 

দেশবিদেশৰ সাধু

 

শ্ৰীবিৰিঞ্চি কুমাৰ বৰুৱা

 

ৰামধেনু প্ৰকাশ ভৱন, গুৱাহাটীৰ পৰা
শ্ৰীৰবীন্দ্ৰনাথ বৰুৱাৰ দ্বাৰা
প্ৰকাশিত।

 

সম্পাদক
শ্ৰীদেৱকান্ত বৰুৱা

 

চিত্ৰশিল্পী
প্ৰচ্ছদ পট—শ্ৰীনৃপেন্দ্ৰনাথ বৰুৱা
অন্যান্য চিত্ৰ—শ্ৰীশশধৰ ৰায় বৰুৱা

 

প্ৰথম তাঙ্গৰণ, শাওন, ১৮৭০

 

মূল্য......১॥৹ অনা

 

কলিকতা
৮৫ আপাৰ সাৰকুলাৰ ৰোড “ভাৰতমিহিৰ যন্ত্ৰত "
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰা মুদ্ৰিত।

 

সম্পাদকৰ নিবেদন

 মানুহৰ আগ অৱস্থা শিশু। সেইদৰে সাহিত্যৰ গুৰি সাধুকথা। সাধুকথাই ক্ৰমবিকাশৰ ফলত গল্প, নাটক আৰু উপন্যাসত পৰিণত হৈছে। অসমীয়া সাহিত্যৰথী বেজবৰুৱাদেৱে সাধুকথাৰ এই তাৎপৰ্য্য উপলব্ধি কৰিয়েই “ককাদেউতা আৰু নাতি লৰা” আৰু “বুঢ়ী আইৰ সাধু”ৰে অসমীয়া লৰা-ছোৱালীৰ মনত ৰং লগাই তেওঁলোকৰ মনৰ পৰিসৰ বহলাবলৈ প্ৰয়াস কৰিছিল। “দেশ-বিদেশৰ সাধু” একে বাটেদিয়েই আৰু এখোজ। ইয়াত পৃথিবীৰ বিভিন্ন দেশৰ তেৰটা সাধুকথা সংগ্ৰহ কৰা হৈছে। সাধুকথা শুনাৰ লগে লগে পোনাহঁতৰ মনত জগতৰ আন আন দেশৰ বিষয়ে জানিবলৈ যাতে আগ্ৰহ ওপজে, এয়ে আমাৰ আশা।

গুৱাহাটী,
শাওন, ১৮৭০
শ্ৰীদেৱকান্ত বৰুৱা
 


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )