দুৰ্গাবৰি গীতি ৰামায়ণ
৺মাধৱ লাইব্ৰেৰীৰ ধৰ্ম্মগ্ৰন্থ—২
- দুর্গাবৰি।
গীতি ৰামায়ণ।
বিশ্বাসী
৺মাধৱ-লাইব্ৰেৰীৰ ধৰ্ম্মগ্ৰন্থ—
দুৰ্গাবৰি।
কবিবৰ ৺দুৰ্গাবৰ ৰচিত
গীতি-ৰামায়ণ।
শ্ৰীবিষয়চন্দ্ৰ বিশ্বাসী সম্পাদিত।
হাজো।
প্ৰথম সংস্কৰণ।
হাজো ৺মাধৱ লাইব্ৰেৰীৰ পৰা
প্ৰকাশিত।
বেচ ১৲ এটকা মাথোন।
কলিকাতা
ৰাধাপ্ৰসাদ লেন, (সুকিয়া ষ্ট্ৰীট) মণিকা প্ৰেসে
শ্ৰীহৰিচৰণ দে দ্বাৰা মুদ্ৰিত।

উছৰ্গা।
শ্ৰীযুক্তা ধনেশ্বৰী দাসীৰ
শ্ৰীচৰণ কমলেষু!
প্ৰিয়া বাইদেৱ!
ভায়েবেৰ আজি এনে কোনো বস্তু নাই।
যিহেৰে তোমাৰ —
দগধ-হিয়াত দিব শাস্তি ছটিয়াই।
পিতৃ-মাতৃহীন-
দুৰ্ভগাক মাথে৷ কেচুৱা কালৰে পৰা;
লালি-পালি তুমি—
পালা প্ৰতিদান,—শোক-বেথা বুকভৰা।
মহাপাতকীৰ
লগত তোমাৰ ঘটিল নাহক দুখ।
সকলো জানিবা —
নিয়তি বিধিৰ পৰিহৰা শোক-ৰোষ।
লোৱা সোদৰৰ
ক্ষুদ্ৰ উপহাৰ, আশীষ বচন দিয়া,—
সু-ভাৰ, সু-চিন্তা
গুণে যেন সদা পূৰ্ণ থাকে তাৰহিয়া।
মৰমৰ
সোদৰ।
সূচী।
| বিষয় | পিঠি | ||
| (ক) সম্পাদকৰ কথা | ... | ... | ৷৴৽—॥৶৽ |
| ১। অৰণ্যকাণ্ড | ... | ... | ১—৮৯ |
| ২। কিষ্কিন্ধ্যাকাণ্ড | ... | ... | ৯০—১৪৪ |
| ৩। সুন্দৰাকাণ্ড | ... | ... | ১৪৫–১৫৮ |
| ৪। লঙ্কাকাণ্ড | ... | ... | ১৫৯–১৭০ |
| ৫। উত্তৰাকাণ্ড | ... | ... | ১৭১–১৭৫ |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )