ত্ৰিপুৰা বুৰঞ্জী
ত্ৰিপুৰা বুৰঞ্জী।
TRIPURA BURANJI.
সম্পাদক
ৰায়বাহাদুৰ
শ্ৰী সূৰ্য্যকুমাৰ ভূঞা।
Published by the Government of Assam in the Department
of Historical and Antiquarian Studies.
ত্ৰিপুৰা বুৰঞ্জী।
মহাৰাজ ৰুদ্ৰ সিংহ স্বৰ্গদেৱে ত্ৰিপুৰা দেশলৈ পঠোৱা
কটকী ৰত্নকন্দলী শৰ্ম্মা আৰু অৰ্জ্জুনদাস
বৈৰাগীৰ দ্বাৰা ১৬৪৬ শকত ৰচিত।
লণ্ডনৰ বৃটিচ মিউজিয়মত পোৱা পুথিৰ পৰা পাঠ সংগৃহীত।
TRIPURA BURANJI
A Chronicle of Tipperah, written in 1721 A.D. by Ratna
Kandali Sarma and Arjun Das Bairagi, Swargadeo
Rudra Singha's envoys to Raja Ratna
Manikya of Tipperah.
From an old manuscript in the British Museum, London.
Edited by
Rai Bahadur S. K. Bhuyan, M.A., B.L..
Published by the
Government of Assam in the
Department of Historical and Antiquarian Studies.
1938.
Foreign 2s. 3d.] [Price Re. 1-8.
ত্ৰিপুৰা বুৰঞ্জী ।
_____
মহাৰাজ ৰুদ্ৰসিংহ স্বৰ্গদেৱে ত্ৰিপুৰা দেশলৈ পঠোৱা
কটকী ৰত্নকন্দলী শৰ্ম্মা আৰু অৰ্জ্জুনদাস
বৈৰাগীৰ দ্বাৰা ১৬৪৬ শকত ৰচিত
লণ্ডনৰ বৃটিচ মিউজিয়মত পোৱা পুথিৰ পৰা পাঠ সংগৃহীত ।
_____
TRIPURA BURANJI
or
A Chronicle of Tipperah. written in 1724 A.D. by Ratna Kandali Sarma and Arjun Das Bairagi, Swargadeo Rudra Singha's envoys to Raja Ratna Manikya of Tipperah.
From an old manuscript in the British Museum, London.
_______
Edited by
Rai Bahadur S. K. Bhuyan, M.A., B.L.,
_______
Published by the Government of Assam in the Department of Historical and Antiquarian Studies.
__________________
1938.
Published by the
GOVERNMENT OF ASSAM IN THE
DEPARTMENT OF HISTORICAL AND ANTIQUARIAN STUDIES,
NARAYANI HANDIQUI HISTORICAL INSTITUTE,
GAUHATI, ASSAM.
প্রকাশক— অসম গৱৰ্ণমেণ্টৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ ।
ডিপাৰ্টমেণ্ট, অব্ হিষ্টৰিকেল এও, এন্টিকোৱেৰিয়ান্ ষ্টাডিজ, আসাম।
FIRST EDITION, FEBRUARY, 1938.
All Rights Reserved.
Printed by
Matindra Nath Singha at the LAKSHMIBILAS PRESS, LTD.,
14, Jagannath Dutt Lane, Calcutta.
সুচীপত্র।
| Introduction | ... ... ... | vii |
ত্ৰিপুৰা বুৰঞ্জী।
| পৃষ্ঠা | ||
| ১ম আধ্যা। | মোগলৰ বিৰুদ্ধে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ ৰণোদ্দম। | ১ |
| ২য় আধ্যা। | অসম-ত্ৰিপুৰাৰ প্রীতি-সংস্থাপক আনন্দিৰাম মেধি। | ৩ |
| ৩য় আধ্যা। | ত্ৰিপুৰা ৰজাৰ আগত অসমৰ কটকী। | ৫ |
| ৪ৰ্থ আধ্যা। | অসমত ত্ৰিপুৰাৰ কটকী। | ৭ |
| ৫ম আধ্যা। | স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ সভাত ত্ৰিপুৰা কটকী। | ৯ |
| ৬ষ্ঠ আধ্যা। | ত্ৰিপুৰা ৰজালৈ ৰুদ্ৰসিংহৰ ৰহস্য-পত্ৰ। | ১৫ |
| ৭ম আধ্যা। | ত্ৰিপুৰা কটকী বিদায়। | ১৬ |
| ৮ম আধ্যা। | ত্ৰিপুৰা কটকীৰ ৰংপুৰত দুর্গোৎসৱ দৰ্শন। | ১৯ |
| ৯ম আধ্যা। | ত্ৰিপুৰালৈ যোৱা পথৰ বিৱৰণ। | ২১ |
| ১০ম আধ্যা। | ত্ৰিপুৰাত পুনৰ অসমৰ কটকী। | ২৪ |
| ১১শ আধ্যা। | ত্ৰিপুৰা ৰজাৰ কোঁঠৰ, নগৰৰ, দেশৰ লেখা। | ২৫ |
| ১২শ আধ্যা। | ত্ৰিপুৰা ৰজাৰ পূৰ্ব্বপুৰুষৰ কথা। | ৩৪ |
| ১৩শ আধ্যা। | ত্ৰিপুৰা সিংহাসনত ৰত্নমাণিক্য ৰজা। | ৩৭ |
| ১৪শ আধ্যা। | যুৱৰাজ চম্পকৰায়ৰ হত্যা। | ৩৮ |
| ১৫শ আধ্যা। | ত্ৰিপুৰা ৰজাৰ দৈনিক কৰ্ম্ম। | ৪১ |
| ১৬শ আধ্যা। | ৰত্নমাণিক্যৰ বিৰুদ্ধে ঘনশ্যাম বৰঠাকুৰৰ ষড়যন্ত্র। | ৪২ |
| ১৭শ আধ্যা। | ঘনশ্যাম আৰু মুৰাদবেগৰ সত্য-শপত। | ৪৪ |
| ১৮শ আধ্যা। | ঘনশ্যাম বৰঠাকুৰৰ হাতী ধৰিবলৈ যাত্ৰা। | ৪৮ |
| ১৯শ আধ্যা। | ত্ৰিপুৰাত অসমীয়া কটকী। | ৪৯ |
| পৃষ্ঠা | ||
| ২০শ আধ্যা। | ত্ৰিপুৰা ৰজাৰ দৰবাৰ। | ৫০ |
| ২১শ আধ্যা। | ত্ৰিপুৰা দৰবাৰত অসমীয়া কটকী। | ৫৫ |
| ২২শ আধ্যা। | অসম-মোগলৰ যুদ্ধৰ বৰ্ণনা। | ৫৭ |
| ২৩শ আধ্যা। | ত্ৰিপুৰাত মদন পূজাৰ আড়ম্বৰ। | ৫৯ |
| ২৪শ আধ্যা। | মোটখেলাৰ কৌতুক। | ৬১ |
| ২৫শ আধ্যা। | ৰজাৰ বিৰুদ্ধে ঘনশ্যামৰ সৈন্যসংগ্ৰহ। | ৬৩ |
| ২৬শ আধ্যা। | ঘনশ্যাম, মুৰাগে আৰু মামুদছপিৰ মন্ত্ৰণা। | ৬৪ |
| ২৭শ আধ্যা। | ৰাজধানীৰ সমীপত সসৈন্যে ঘনশ্যাম বৰঠাকুৰ। | ৬৯ |
| ২৮শ আধ্যা। | যুৱৰাজ আৰু কোটোৱাল মুছিবৰ সজ পৰামৰ্শ। | ৭১ |
| ২৯শ আধ্যা। | “যুৱৰাজে কোটোৱাল মুছিবে ঘনশ্যামৰ তলৈ গল।" | ৭২ |
| ৩০শ আধ্যা। | ঘনশ্যামৰ হাতত কোটোৱাল মুছিব বন্দী। | ৭৩ |
| ৩১শ আধ্যা। | মহাৰাজ ৰত্নমাণিক্যৰ সৰলতা আৰু ভাতৃত বিশ্বাস। | ৭৫ |
| ৩২শ আধ্যা। | ঘনশ্যাম ঠাকুৰৰ সিংহাসন অধিকাৰ। | ৭৬ |
| ৩৩শ আধ্যা। | ত্ৰিপুৰাৰ সিংহাসনত ঘনশ্যাম বা মহেন্দ্রমাণিক্য ৰজা। | ৭৮ |
| ৩৪শ আধ্যা। | সহমৃতা ৰাজভইনী। | ৮০ |
| ৩৫শ আধ্যা। | ভগা ৰজা ৰত্নমাণিক্য বধ। | ৮১ |
| ৩৬শ আধ্যা। | ৰত্নমাণিক্যৰ শৱসৎকাৰ। | ৮৭ |
| ৩৭শ আধ্যা। | মহেন্দ্ৰমাণিক্যৰ ভাতৃহত্যাৰ প্ৰায়শ্চিত্ত। | ৯০ |
| ৩৮শ আধ্যা। | ৰংপুৰত মহেন্দ্ৰমাণিক্যৰ কটকী। | ৯১ |
| ৩৯শ আধ্যা। | মহেন্দ্ৰমাণিক্যলৈ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ উকীল-পত্র। | ৯৫ |
| ৪০শ আধ্যা। | ধৰ্ম্মমাণিক্য ৰজাই স্বৰ্গদেৱলৈ দিয়া পত্র-সন্দেশ। | ৯৭ |
| অথ নির্ঘণ্টনং। | ... ... ... | ১০১ |