গল্প সংকলন
গল্প সঙ্কলন
( আঠটা ছুটি গল্প )
[ ২য় ভাগ ]
শ্রীশশিভূষণ নমঃশূদ্র, এম্-এ
সৰ্ব্বস্বত্ব প্ৰকাশকৰ সংৰক্ষিত] [দাম- এটকা (এশ নয়া পয়চা)
গল্প সঙ্কলন
( ছুটি গল্প )
[ ২য় ভাগ ]
শিল্পীৰ হেৰোৱা সপোন
কেম্পত এৰাতি
সন্তান
যুদ্ধৰ বজাৰ
সহযাত্ৰী
আৰু অন্যান্য স্বৰচিত গল্প।
শ্ৰীশশিভূষণ নমঃশূদ্ৰ, এম্-এ
প্ৰথম সংস্কৰণ
অক্টোবৰ, ১৯৫৯ ইং
( আহিন, ১৩৬৬ বাং)
সৰ্ব্বস্বত্ব প্ৰকাশকৰ সংৰক্ষিত] দাম—এটকা (এশ নয়া-পয়চা ) দেবশিশু ৺মনোজ কুমাৰৰ পবিত্ৰ স্মৃতিত উছৰ্গা কৰিলো।—লিখক
প্ৰকাশক—
শ্ৰীযুতা ইন্দুমতী নমঃশূদ্ৰ
পোঃ হাজো, কামৰূপ।
ছপা—
শ্ৰীসৌভাগ্য প্ৰসূন দাস
শ্ৰীচৈতন্য প্ৰেছ,
হচ্ পিতাল ৰোড, শিলচৰ, কাছাড় জিলা।
কিতাপ পোৱা ঠাই :—
(১) লয়াৰ্চ বুক ষ্টল,
পানবজাৰ, গুৱাহাটী।
(২) শ্ৰীপবিত্ৰ কুমাৰ দাস,
হাজো-পানীপাৰা বজাৰ,
পোঃ হাজো, কামৰূপ।
(৩) শ্ৰীগোবিন্দ চন্দ্ৰ ডেকা,
বিদ্যাবতী আৰ্ট্ প্ৰেছ,
পোঃ মঙ্গলদৈ, জিলা দৰং।
আগকথা
অভিজ্ঞতাৰ কথা——এখনি সুনিপুন হাত, টকাৰ টোপোলা, কাগজৰ এজেন্সি, ছপাশাল আক ভাল পাঠক সমাজ নাথাকিলে আমাৰ দেশত সাহি- ত্যিক-গ্ৰন্থকাৰ হোৱাত বিড়ম্বনা আৰু মনোকষ্ট আছে। দুৰ্ভাগ্য বশতঃ উপযোক্ত কোনো সম্পদেই আমাৰ ভাগ্যত নিমিলিল। আমাৰ বহু সময় আৰু কষ্টৰ নিদৰ্শন এই গল্পৰ পুথিখন সুধী সমাজলৈ আগ বঢ়ালো—সাহিত্যিকৰ মান-যশস্যা বা আৰ্থিক লাভৰ আশাত নহয়, মনৰ শান্তনা আৰু আনন্দৰ কাৰনেও। ৩৩–৪০ পৃষ্ঠালৈ শিলচৰ ‘জয়ন্তী প্ৰেছত’ ছপা হৈছে। কাগজৰ অভাব আৰু প্ৰেছৰ বেমেজালিত অনিচ্ছা স্বত্তেও ২|৩ টা গল্প বাদ পৰিল।
শিলচৰ আলোচনা চক্ৰত একাধিক গল্প পাঠ কৰিছো। চক্ৰৰ সম্পাদক (শ্ৰীযুত সকল)—চন্দ্ৰকান্ত বৰুৱা, হেড্ মাষ্টাৰ, নীৰব সাহিত্যিক সিদ্ধেশ্বৰ বুঢ়া- গোহাঁই, চিভিল চাৰ্জন, হেমন্ত কুমাৰ মজুমদাৰ, এচ্-ডি-ও,, শিলচৰৰ প্ৰাক্তন অধ্যাপক কামিনী কুমাৰ অধিকাৰী, অসম সাহিত্য সভাৰ শাখা সম্পা- দক, কবিৰাজ হৰেশ চন্দ্ৰ ভট্টাচাৰ্য্য, শ্ৰীমৃদুপবন গোস্বামী, শিক্ষক প্ৰমুখ্যে ভালেমান সাহিত্যানুৰাগী লোকে গল্পবোৰ পঢ়ি-শুনি বেয়া পোৱা নাই।
যোৰহাটত থকা কালত প্ৰবীন সুসাহিত্যিক শ্ৰীযুত সুৰেশ চন্দ্ৰ গোস্বামী দেবে মোৰ গল্প-প্ৰবন্ধাদি কিতাপাকাৰে ছপা কৰিবলৈ পৰামৰ্শ আৰু উৎসাহ দিছিল। মোৰ এই ক্ষুদ্ৰ অৱদান আমাৰ সহৃদয় সুধী সমাজে সমাদৰ কৰিব বুলি আশা কৰিছো। ১।২।৪৷৫।৬ নং গল্প—‘শিক্ষা প্ৰদীপ,’ ‘দীপাবলী’, ‘জনম ভূমিত’ আগতে প্ৰকাশ হৈছে। ঊক্ত কাকত আলোচনীৰ সম্পাদক মহোদয় গণক আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।
পৰিশেষত কওঁ, আধুনিক ছুটি গল্প সম্বন্ধে নিজৰ সামান্য অভিজ্ঞতাৰে বিবিধ পটভূমিত বিবিধ প্লটৰ গল্প নিজস্ব প্ৰকাশ ভঙ্গীত, কল্পনা-বাস্তব-উদ্দেশ্য- আদৰ্শৰ সামাঞ্জস্য ৰাখি পাঠকৰ মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰা হৈছে। গল্পবোৰৰ বিষয় বস্তু, কথা সাহিত্য হিচাবে সিবোৰৰ লক্ষন বা ধৰ্ম্ম বা সাহিত্যিক মান-মূল্য নিৰ্ণয় কৰাৰ ভাৰ আমাৰ পাঠক সমাজ আৰু সমালোচকৰ ওপৰত। নিবেদন—ইতি।
১। ১১। ৫৯ ইং। |
চব্-ডেপুটী কালেক্টৰ। |
সূচীপত্ৰ
| গল্প | পৃষ্ঠা | |
| ১। | শিল্পীৰ হেৰোৱা সপোন | ১ — ৯ |
| ২। | কেম্পত এৰাতি | ৯ — ১৩ |
| ৩। | যুদ্ধৰ বজাৰ | ১৪ — ১৭ |
| ৪। | সন্তান | ১৮ — ২৪ |
| ৫। | সময় নাই | ২৪ — ২৮ |
| ৬। | সহযাত্ৰী | ২৯ — ৩২ |
| ৭। | বননিৰ অনুৰাগ | ৩৩ —৩৭ |
| ৮। | বোকাৰ পদুম | ৩৮ — ৪২ |
⸻
গল্প সংকলন — ২য় ভাগ
(ii)
গ্ৰন্থকাৰৰ কিতাপৰ কাৰণে প্ৰকাশক লাগে
Random Talks [ feature Articles] Vol. I.
বিচিত্ৰা-(প্ৰবন্ধ-মালা), জ্ঞান-বিজ্ঞান, দেশ-বিদেশ কথা।
ৰাণা সংগ্ৰাম সিংহ—(নাটক)—
গোলমাল —(নাটিকা) –
শ্ৰীচৈতন্য প্ৰেছ, হচ্পিতাল ৰোড, শিলচৰ।